How to Write Assamese in Mobile With Lachit Assamese Keyboard

learn how t o write Assamese in Mobile phone With Lachit Assamese Keyboard. How to type Assamese on Android.

মোবাইল ফোনত অসমীয়া সহজে কেনেকৈ লিখিব, জনিবলৈ তলৰ লিংকটোত ক্লিক কৰি লেখাটো পঢ়কঃ

লাচিতৰ সহায়ত মোবাইল ফোনত অসমীয়া কেনেকৈ লিখিব





Essential Software for Computer কম্পিউটাৰৰ বাবে প্ৰয়োজনীয় ছফ্‌টৱেৰ

কম্পিউটাৰত থাকিব লগীয়া কেইটামান অতি প্ৰয়োজনীয় ছফ্‌টৱেৰ Essential Software for PC:

তথ্য-প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ লগে লগে সকলো দিশতে কম্পিউটাৰৰ ব্যৱহাৰ হবলৈ ধৰিছে। সৰু- ডাঙৰ সকলো উদ্যোগ প্ৰতিস্থান, ব্যৱসায় বাণিজ্য, অনুষ্ঠান-প্ৰতিস্থানৰ লগতে বৰ্তমান প্ৰায় সকলো মানুহৰ ঘৰে ঘৰে কম্পিউটাৰৰ (Personal Computer) ব্যৱহাৰ ব্যাপক ভাবে হৈছে। কিছুমানে নিজৰ সন্তানক কম্পিউটাৰ শিক্ষা প্ৰদানৰ বাবে. কিছুমানে ব্যক্তিগত ব্যৱসায়-বাণিজ্যৰ হিচাপ-নিকাচৰ বাবে, আন কিছুমানে মনোৰঞ্জনৰ বাবে কম্পিউটাৰৰ ব্যৱহাৰ কৰে দেখা যায়।

লেখাটো অন্য এটা নতুন পৃষ্ঠালৈ স্থানান্তৰ কৰা হৈছে । কেইটামান মুহূৰ্তৰ ভিতৰতে সেই নতুন পৃষ্ঠাটো স্বয়ংক্ৰিয় (Automatically) ভাবে খোল খাব । যদিহে অপুনি এতিয়াই সেই নতুন পৃষ্ঠালৈ যাব বিচাৰে তেন্তে ইয়াত ক্লিক কৰক

লগতে পঢ়কঃ


Download Assamese Dictionary Xobdo শব্দ অসমীয়া অভিধান

আমি প্ৰায়ে লিখামেলা কৰোঁতে নতুন শব্দৰ মুখা-মুখি হওঁ আৰু সেয়ে সকলোৱেই প্ৰায়ে একোখনকৈ হলেও অভিধান লগত ৰাখোঁ । বৰ্তমান সময়ত আমি এখন অভিধান বা শব্দকোষ প্ৰায়েই আমাৰ Computer টোত Install কৰি লওঁ ...

এই লেখাটো অন্য এটা নতুন পৃষ্ঠালৈ স্থানান্তৰ কৰা হৈছে । কেইটামান মুহূৰ্তৰ ভিতৰতে সেই নতুন পৃষ্ঠাটো স্বয়ংক্ৰিয় (Automatically) ভাবে খোল খাব । যদিহে অপুনি এতিয়াই সেই নতুন পৃষ্ঠালৈ যাব বিচাৰে তেন্তে ইয়াত ক্লিক কৰক

লগতে পঢ়কঃ






Lets Learn to Write Assamese With Avro Assamese Keyboard on PC

 learn how to type Assamese on a computer using Avro Keyboard.

Assamese Unicode Typing Software Avro 


Detail:
Operating Systems supported by Avro Keyboard Assamese keyboard software: Windows 2000, Xp, 2003, 7, 8, 8.1 (both 32bit and 64bit editions)


অভ্ৰ কী বৰ্ড ডাউনলোড কৰক  Download Avro 5.6.0

অভ্ৰৰ সহায়ত কম্পিউটাৰত অসমীয়া আখৰ কেনেকৈ লিখিব, সেয়া অসমীয়াত পঢ়িবলৈ ইয়াত Click কৰক






Download Best Assamese Unicode Typing Software Avro

Download Avro to write Assamese, Avro is an Assamese Unicode typing software originally developed to write Bangla. Avro Assamese Keyboard is free to download for Windows 10, and 7 PC. Also, learn how to type Assamese with Avro Assamese keyboard.

অভ্ৰৰ সহায়ত অসমীয়া আখৰ লিখোঁ আহক ।

Assamese Unicode Typing Software Avro 


Avra Assamese typing software
Avro Software

ৰ্তমান সময়ত কম্পিউটাৰত অসমীয়া আখৰ লিখিবৰ বাবে বিভিন্ন ধৰণৰ চফ্‌টৱেৰ পোৱা যায়। তাৰ ভিতৰত অভ্ৰ কী বৰ্ড” নামৰ চফ্‌টৱেৰটো উল্লেখযোগ্য। এই “ অভ্ৰ কী বৰ্ড” Software টো নিৰ্মাণ কৰিছে Omicronlab এ আৰু এই অভ্ৰ কী বৰ্ড সম্পুৰ্ণ বিনামূল্যে ব্যৱহাৰ কৰিব পাৰি । আচলতে এই চফ্‌টৱেৰটো তৈয়াৰ কৰা হৈছিল কম্পিউটাত বাংলা ভাষা লিখিবৰ বাবে যদিও অসমীয়া আখৰ লিখিব পৰাকৈ “Bornona” নামৰ এখন কী বৰ্ড সংযোগ কৰা হয়। যাৰ সহায়ত অসমীয়া ” আৰু ” আখৰ দুটাও লিখিব পাৰি (যিহেটো বাকী অসমীয়া আৰু বাংলা আখৰ সমুহ একেই)। এই অভ্ৰ কী বৰ্ড ব্যৱহাৰ কৰি আমি ইন্টাৰনেটটো (Facebook, Twitter, E-mail services) সহজে অসমীয়া শব্দ লিখিব পাৰো।

লেখাটো অন্য এটা নতুন পৃষ্ঠালৈ স্থানান্তৰ কৰা হৈছে । কেইটামান মুহূৰ্তৰ ভিতৰতে সেই নতুন পৃষ্ঠাটো স্বয়ংক্ৰিয় (Automatically) ভাবে খোল খাব । যদিহে অপুনি এতিয়াই সেই নতুন পৃষ্ঠালৈ যাব বিচাৰে তেন্তে ইয়াত ক্লিক কৰক ।


Download Assamese Typing Software Lachit free for Android - অসমীয়া কী-ব'ৰ্ড

বৰ্তমান সময়ত অসমীয়া লোক সকলৰ মাজটো বিভিন্ন ছচিয়েল মিডিয়া যেনে ফেচবুক, টুইটাৰ আদিত অসমীয়া অসমীয়া লিখাৰ প্ৰৱনতা দেখা গৈছে যিটো নিশ্চয়কৈ এটা ভাল অভ্যাস । বৰ্তমান স্মাৰ্টফোন সমুহত বিশেষকৈ এণ্ড্ৰইড স্মাৰ্টফোনত (Android Smartphone) অসমীয়া লিখিবৰ বাবে বিভিন্ন উন্নত মানৰ Software বা App পোৱা যায় আৰু তাৰ ভিতৰত এটা জনপ্ৰিয় আৰু নিৰ্ভৰযোগ্য Software বা App হ'ল Lachit Multilingual Keyboard (লাচিত বহুভাষী কী-ব'ৰ্ড) ।

লেখাটো অন্য এটা নতুন পৃষ্ঠালৈ স্থানান্তৰ কৰা হৈছে । কেইটামান মুহূৰ্তৰ ভিতৰতে সেই নতুন পৃষ্ঠাটো স্বয়ংক্ৰিয় (Automatically) ভাবে খোল খাব । যদিহে অপুনি এতিয়াই সেই নতুন পৃষ্ঠালৈ যাব বিচাৰে তেন্তে ইয়াত ক্লিক কৰক ।

















How to Write Assamese on Facebook Using Avro Keyboard Software









“ অভ্ৰ কী ব’ৰ্ড ” চফ্‌টৱেৰ ব্যৱহাৰ কৰি অসমীয়া আখৰ কেনেকৈ লিখিব পাৰি ?


যোৱাখণ্ডত “ অভ্ৰ কী ব’ৰ্ড ” সম্পৰ্কে এটা চমু আভাস দি তাৰ ডাউনলোড লিংক্‌ টো দিয়া হৈছিল। এই খণ্ডত অভ্ৰ কী ব’ৰ্ড ব্যৱহাৰ কৰি অসমীয়া আখৰ কেনেকৈ লিখিব পাৰি তাৰ এটা আভাস দিয়া হৈছে। যোৱা খণ্ডতে কৈ অহা হৈছে যে এই চফ্‌টৱেৰটো তৈয়াৰ কৰা হৈছিল কম্পিউটাত প্ৰধানকৈ বাংলা ভাষা লিখিবৰ বাবে যদিও অসমীয়া আখৰ লিখিব পৰাকৈ ইয়াত “Bornona” আৰু “Avro Easy” নামৰ দুখন কী ব’ৰ্ড সংযোগ কৰা হয়। যাৰ সহায়ত অসমীয়া “ৱ” আৰু “ৰ” আখৰ দুটাও লিখিব পাৰি (যিহেটো বাকী অসমীয়া আৰু বাংলা আখৰ সমুহ একেই)। এই অভ্ৰ কী ব’ৰ্ড ব্যৱহাৰ কৰি আমি ইন্টাৰনেটটো (Facebook, Twitter, E-mail services) সহজে অসমীয়া শব্দ লিখিব পাৰো।

ন-শিকাৰু সকলৰ বাবে প্ৰথমে প্ৰথমে কম্পিউটাত অসমীয়া আখৰ লিখিবলৈ অলপ জতিল হয় । বহুতে আকৌ দুবাৰ মান চেষ্টা কৰিয়ে অসমীয়া আখৰ লিখাটো বৰ জতিল কাম বুলি হতাশ হৈ পৰে। আছলতে কম্পিউটাত অসমীয়া আখৰ লিখাটো প্ৰথমে অলপ জতিল যেন লাগিলেও অলপ চেষ্টা কৰিলেই অতি সহজ হৈ পৰে।

লেখাটো অন্য এটা নতুন পৃষ্ঠালৈ স্থানান্তৰ কৰা হৈছে । কেইটামান মুহূৰ্তৰ ভিতৰতে সেই নতুন পৃষ্ঠাটো স্বয়ংক্ৰিয় (Automatically) ভাবে খোল খাব । যদিহে অপুনি এতিয়াই সেই নতুন পৃষ্ঠালৈ যাব বিচাৰে তেন্তে ইয়াত ক্লিক কৰক ।