How to Write Assamese on Facebook Using Avro Keyboard Software









“ অভ্ৰ কী ব’ৰ্ড ” চফ্‌টৱেৰ ব্যৱহাৰ কৰি অসমীয়া আখৰ কেনেকৈ লিখিব পাৰি ?


যোৱাখণ্ডত “ অভ্ৰ কী ব’ৰ্ড ” সম্পৰ্কে এটা চমু আভাস দি তাৰ ডাউনলোড লিংক্‌ টো দিয়া হৈছিল। এই খণ্ডত অভ্ৰ কী ব’ৰ্ড ব্যৱহাৰ কৰি অসমীয়া আখৰ কেনেকৈ লিখিব পাৰি তাৰ এটা আভাস দিয়া হৈছে। যোৱা খণ্ডতে কৈ অহা হৈছে যে এই চফ্‌টৱেৰটো তৈয়াৰ কৰা হৈছিল কম্পিউটাত প্ৰধানকৈ বাংলা ভাষা লিখিবৰ বাবে যদিও অসমীয়া আখৰ লিখিব পৰাকৈ ইয়াত “Bornona” আৰু “Avro Easy” নামৰ দুখন কী ব’ৰ্ড সংযোগ কৰা হয়। যাৰ সহায়ত অসমীয়া “ৱ” আৰু “ৰ” আখৰ দুটাও লিখিব পাৰি (যিহেটো বাকী অসমীয়া আৰু বাংলা আখৰ সমুহ একেই)। এই অভ্ৰ কী ব’ৰ্ড ব্যৱহাৰ কৰি আমি ইন্টাৰনেটটো (Facebook, Twitter, E-mail services) সহজে অসমীয়া শব্দ লিখিব পাৰো।

ন-শিকাৰু সকলৰ বাবে প্ৰথমে প্ৰথমে কম্পিউটাত অসমীয়া আখৰ লিখিবলৈ অলপ জতিল হয় । বহুতে আকৌ দুবাৰ মান চেষ্টা কৰিয়ে অসমীয়া আখৰ লিখাটো বৰ জতিল কাম বুলি হতাশ হৈ পৰে। আছলতে কম্পিউটাত অসমীয়া আখৰ লিখাটো প্ৰথমে অলপ জতিল যেন লাগিলেও অলপ চেষ্টা কৰিলেই অতি সহজ হৈ পৰে।

লেখাটো অন্য এটা নতুন পৃষ্ঠালৈ স্থানান্তৰ কৰা হৈছে । কেইটামান মুহূৰ্তৰ ভিতৰতে সেই নতুন পৃষ্ঠাটো স্বয়ংক্ৰিয় (Automatically) ভাবে খোল খাব । যদিহে অপুনি এতিয়াই সেই নতুন পৃষ্ঠালৈ যাব বিচাৰে তেন্তে ইয়াত ক্লিক কৰক ।


No comments:

Post a Comment