Download Best Assamese Unicode Typing Software Avro

Download Avro to write Assamese, Avro is an Assamese Unicode typing software originally developed to write Bangla. Avro Assamese Keyboard is free to download for Windows 10, and 7 PC. Also, learn how to type Assamese with Avro Assamese keyboard.

অভ্ৰৰ সহায়ত অসমীয়া আখৰ লিখোঁ আহক ।

Assamese Unicode Typing Software Avro 


Avra Assamese typing software
Avro Software

ৰ্তমান সময়ত কম্পিউটাৰত অসমীয়া আখৰ লিখিবৰ বাবে বিভিন্ন ধৰণৰ চফ্‌টৱেৰ পোৱা যায়। তাৰ ভিতৰত অভ্ৰ কী বৰ্ড” নামৰ চফ্‌টৱেৰটো উল্লেখযোগ্য। এই “ অভ্ৰ কী বৰ্ড” Software টো নিৰ্মাণ কৰিছে Omicronlab এ আৰু এই অভ্ৰ কী বৰ্ড সম্পুৰ্ণ বিনামূল্যে ব্যৱহাৰ কৰিব পাৰি । আচলতে এই চফ্‌টৱেৰটো তৈয়াৰ কৰা হৈছিল কম্পিউটাত বাংলা ভাষা লিখিবৰ বাবে যদিও অসমীয়া আখৰ লিখিব পৰাকৈ “Bornona” নামৰ এখন কী বৰ্ড সংযোগ কৰা হয়। যাৰ সহায়ত অসমীয়া ” আৰু ” আখৰ দুটাও লিখিব পাৰি (যিহেটো বাকী অসমীয়া আৰু বাংলা আখৰ সমুহ একেই)। এই অভ্ৰ কী বৰ্ড ব্যৱহাৰ কৰি আমি ইন্টাৰনেটটো (Facebook, Twitter, E-mail services) সহজে অসমীয়া শব্দ লিখিব পাৰো।

লেখাটো অন্য এটা নতুন পৃষ্ঠালৈ স্থানান্তৰ কৰা হৈছে । কেইটামান মুহূৰ্তৰ ভিতৰতে সেই নতুন পৃষ্ঠাটো স্বয়ংক্ৰিয় (Automatically) ভাবে খোল খাব । যদিহে অপুনি এতিয়াই সেই নতুন পৃষ্ঠালৈ যাব বিচাৰে তেন্তে ইয়াত ক্লিক কৰক ।


2 comments: